‘ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং’ পঢ়ি কেৰিয়াৰৰ সুযোগ লাভ কৰক

● ‘ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং’ পঢ়ি কেৰিয়াৰৰ সুযোগ লাভ কৰক ➨ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত অধ্যয়ন কৰিহে চাকৰিমুখী কেৰিয়াৰ গঢ়িব পাৰি তেনে নহয়৷ কিয়নো অধিক ছাত্ৰ-ছাত্ৰীক বিশেষকৈ এই ৩টা শাখাত উচ্চ শিক্ষা লাভ কৰা দেখিবলৈ পোৱা যায়৷ আই.টি.আই, পলিটেকনিক আৰু বি.টেক ইত্যাদি কাৰিকৰী শিক্ষামূলক পাঠ্যক্ৰমত নামভৰ্তি কৰিও অধিক কেৰিয়াৰৰ বাবে পূৰ্ণ সুযোগ পাব পাৰি৷ […]
বৃত্তিমূলক কেৰিয়াৰ পাঠ্যক্ৰম আই.টি.আই ‘টার্নাৰ’

বৃত্তিমূলক কেৰিয়াৰ পাঠ্যক্ৰম আই.টি.আই ‘টার্নাৰ’ ➨ বৰ্তমান সময়ত হাতে-কামে প্ৰশিক্ষিত থকা লোকৰ বাবে কৰ্মৰ অভাৱ নাই। যিকোনো কামৰ বাবে নিজ দক্ষতাৰ প্ৰয়োজন। দক্ষতা বিকাশৰ বাবে আকৌ প্ৰয়োজন হয় সঠিক শিক্ষা আৰু প্ৰশিক্ষকৰ। কাৰিকৰী দক্ষতাৰে নিজকে উজ্জীৱিত কৰিবলৈ হ’লে সেই অনুসাৰে আগ্ৰহ অনুযায়ী সঠিক পাঠ্যক্ৰম নিৰ্বচিত কৰাটো অতিকে গুৰুত্বপূৰ্ণ। কাৰিকৰী কৰ্মক্ষেত্ৰখনত আগবঢ়িব খোজাসকলৰ বাবে তেনে এক […]
কম খৰছতে প্ৰশিক্ষিত হৈ গঢ়িব পৰা কেৰিয়াৰ ‘ষ্টেনোগ্ৰাফী’

➱ কম খৰছতে প্ৰশিক্ষিত হৈ গঢ়িব পৰা কেৰিয়াৰ ‘ষ্টেনোগ্ৰাফী’ ➱ সম্প্ৰতি ডিজিটেল বা কাৰিকৰী যুগ৷ এই সময়ছোৱাত কম্পিউটাৰ-মোবাইল-ইণ্টাৰনেট সেৱাই আমাৰ কাম-কাজ বহু পৰিমাণে লাঘৱ কৰি তুলিছে৷ সেই অনুপাতে কৰ্মক্ষেত্ৰত ব্যৱহৃত পদ্ধতিবোৰো সলনি হৈছে৷ হাতে-কামে প্ৰশিক্ষণপ্ৰাপ্ত হ’লে বৰ্তমান কৰ্মৰ অভাৱ নাই৷ তেনে এক কৰ্মক্ষেত্ৰত চাহিদা থকা বিষয় হৈছে ‘ষ্টেনোগ্ৰাফী’৷ ‘ষ্টেনোগ্ৰাফী’ হৈছে সংক্ষিপ্ত লিখনশৈলীৰ (shorthand) কলা বা […]
স্বনিয়োজনৰ পথ হিচাপে শিকক ‘ৰেফ্ৰিজাৰেচন আৰু এয়াৰ কণ্ডিচনিং টেকনিচিয়ান’’

সম্প্ৰতি ডিজিটেল আৰু টেকন’লজিকেল সময়ছোৱাত প্ৰতিদিনে সকলো মানুহে নিজৰ চাহিদা পূৰণৰ বাবে বজাৰত উপলভ্য হোৱা ভিন্ন ব্ৰেণ্ডৰ সামগ্ৰী ক্ৰয় কৰে৷ গৰমৰ কালছোৱাত বেছিকৈ ব্যৱহাৰ হোৱা বিশেষ ২টা সামগ্ৰী হৈছে ৰেফ্ৰিজাৰেটৰ আৰু এয়াৰ কণ্ডিচন বা চমুকৈ এচি’ৰ ব্যৱহাৰ অতি বেছি৷ সেই অনুপাতে বজাৰত ভিন্ন প্ৰকাৰৰ এই সামগ্ৰী দুবিধ উপলব্ধ হয়৷ গ্ৰাহক এজনে সামগ্ৰীবিধ ক্ৰয় কৰাৰ পৰা […]
◉ স্ব-নিয়োজনৰ পথ হিচাপে চিলাই কামৰ বাবে ‘টেইলৰিং টেকন’লজি’ পাঠ্যক্ৰম কি?

◉ স্ব-নিয়োজনৰ পথ হিচাপে চিলাই কামৰ বাবে ‘টেইলৰিং টেকন’লজি’ পাঠ্যক্ৰম কি? অতীত কালত সময়ৰ গতিত খোজ মিলাই আগুৱাই যাওঁতে বা ক্রমোন্নতিৰ ফলত মানুহৰ বুদ্ধি-বৃত্তিৰ বিকাশৰ লগে লগে মানুহে লজ্জা নিবাৰণৰ বাবে আহিলা বিচাৰি ল’লে গছৰ ছাল, পাত, জন্তুৰ চামৰা আদি। এনেদৰে বিকাশ ঘটি এটা সময়ত প্রয়োজনৰ দাবীত কাপোৰ প্ৰস্তুতৰ কাৰণে সূতাৰ আৱিষ্কাৰ হয়। যিকোনো কামৰ […]
◉ বৃত্তিমূলক কেৰিয়াৰ হিচাপে ‘ৱেল্ডাৰ’

➨ বৰ্তমান আধুনিক জীৱন প্ৰণালীত প্ৰতিটো খোজতে আমি নিত্য নতুন সামগ্ৰী ব্যৱহাৰ কৰোঁ৷ বিভিন্ন ধাতুৰ সামগ্ৰীৰ চাহিদা বজাৰত সহজলভ্য হৈ পৰিছে৷ এই ধাতুৰ সামগ্ৰীবোৰ প্ৰস্তুত বা নিৰ্মাণৰ বাবে লো বা তীখাৰ প্ৰয়োজন হয়৷ এই ধাতুক ব্যৱহাৰ্য কৰি তুলিবলৈ হ’লে একোজন দক্ষ কাৰিকৰৰো প্ৰয়োজন৷ নিৰ্মাণখণ্ডত ভিন্ন বিভাগত দক্ষতাসম্পন্ন কাৰিকৰ এজনে সামগ্ৰী এবিধক পূৰ্ণ ৰূপ দিব পাৰে৷ […]
◉ নিবনুৱা বুলি নাভাবি পাঠ্যক্ৰম গ্ৰহণ কৰক, কেৰিয়াৰৰ বাবে শিকক ‘প্লাম্বাৰ’

◉ নিবনুৱা বুলি নাভাবি পাঠ্যক্ৰম গ্ৰহণ কৰক, কেৰিয়াৰৰ বাবে শিকক ‘প্লাম্বাৰ’ ◉ কামৰ সৰু বৰ নাই, শিকাৰো শেষ নাই৷ একেদৰে উচ্চ শিক্ষাৰে শিক্ষিত হ’লেহে কৰ্মক্ষেত্ৰত আগুৱাব পাৰি তেনে নহয়৷ আমাৰ সমাজৰ প্ৰচলিত কিছু ভুল ধাৰণাৰ বাবে বহু যুৱক-যুৱতীয়ে কৰ্মক্ষেত্ৰত পিছুৱাই যাবলগীয়া হয়৷ যাৰ ফলস্বৰূপে কৰ্মহীন বা নিবনুৱাৰ সংখ্যাও বাঢ়িবলৈ ধৰিছে৷ কাম বিচাৰি তেনেদৰে বহুতে হাবাথুৰি […]
◉ কেৰিয়াৰ হিচাপে লওঁক ‘ইণ্টেৰিয়ৰ ডিজাইন’

আজিকালি প্ৰায়বোৰ মানুহৰ মুখত শুনা এটা সহজ শব্দ হৈছে ‘ইণ্টেৰিয়ৰ ডিজাইন’৷ এই শব্দৰ প্ৰতিশব্দ বিচাৰিলে পোৱা যায় যে আভ্যন্তৰীণ সজ্জা৷ বৰ্তমান সকলো লোকে পছন্দ অনুসৰি আধুনিক ৰূপত একোটা দৃষ্টিনন্দন পৰিৱেশ চাব বিচাৰে৷ আধুনিক ৰূপত গঢ় দিয়া নিজৰ কোঠাতো, ঘৰ বা আচবাব পত্ৰ ইত্যাদি পছন্দ অনুসৰি সজাব বিচাৰে৷ কিন্তু সেইখিনি কৰিবলৈ যাওঁতে এটা খৰছৰ কথা আহি […]
◉ টেক্সটাইল ইঞ্জিনিয়াৰিং কি?

➠ “টেক্সটাইল ইঞ্জিনিয়াৰিং” শব্দটো বিশ্বজুৰি বৈজ্ঞানিক সমাজত বিংশ শতিকাৰ আৰম্ভণিৰ পৰাই ব্যৱহৃত হৈ আহিছে। কিন্তু যান্ত্ৰিক, বৈদ্যুতিক বা অসামৰিক (চিভিল) ইঞ্জিনিয়াৰিঙৰ দৰে আন ইঞ্জিনিয়াৰিং পেছাৰ তুলনাত ইয়াৰ সম্পূৰ্ণ অৰ্থ উদ্যোগিক আৰু শৈক্ষিক—উভয় ক্ষেত্ৰতেই সঠিকভাৱে স্বীকৃতি লাভ কৰিব পৰা নাই। এই স্বীকৃতিৰ অভাৱৰ মূল কাৰণ হৈছে টেক্সটাইল ইঞ্জিনিয়াৰিঙৰ শিক্ষামূলক কাৰ্যসূচীৰ স্পষ্ট পৰিচয়ৰ অভাৱ আৰু টেক্সটাইল ইঞ্জিনিয়াৰসকলে […]
◉ প্লাষ্টিক ইঞ্জিনিয়াৰিং কি?

➧ প্লাষ্টিক ইঞ্জিনিয়াৰিং বা প্লাষ্টিক অভিযান্ত্ৰিকীত প্লাষ্টিক সামগ্ৰীৰ প্ৰক্ৰিয়াকৰণ, নক্সা প্ৰস্তুতি বা ডিজাইন, উন্নয়ন বা উৎপাদনশীলতা আদি বিষয় অন্তর্ভুক্ত থাকে। প্লাষ্টিক হৈছে এক প্ৰকাৰৰ পলিমাৰিক পদাৰ্থ৷ যি অৰ্ধ-তৰল অৱস্থাত থাকে৷ প্লাষ্টিচিটিৰ গুণধৰ্ম থাকে আৰু প্ৰবাহ ক্ষমতা বহন কৰে। ‘‘প্লাষ্টিক ইঞ্জিনিয়াৰিং বিষয়ত প্লাষ্টিক সামগ্ৰী আৰু প্লাষ্টিক ব্যৱহৃত যন্ত্ৰপাতি অন্তর্ভুক্ত থাকে। প্লাষ্টিক ব্যৱহৃত যন্ত্ৰপাতি বুলিলে প্লাষ্টিক প্ৰক্ৰিয়াকৰণ […]