অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান

ASSAM INDUSTRIAL TRAINING INSTITUTE

◉ কেৰিয়াৰ হিচাপে কৃষি অভিযান্ত্ৰিক বা Agricultural Engineering.

➱ কেৰিয়াৰ বুলিলে চাকৰীজিৱী হোৱাটোকে বুজা হয়৷ বৰ্তমান চাৰিওফালে বহুতো যুৱক-যুৱতীয়ে কেৰিয়াৰৰ সন্ধান কৰি থকা দেখা যায়৷ কিন্তু সকলোধৰণৰ চাকৰি সকলোৰে বাবে গ্ৰহণযোগ্যও নহয়৷ লগতে বৰ্তমান শিক্ষিত ল’ৰা-ছোৱালী প্ৰতিটো বৰ্ষতে বহুতো ওলাই আছে৷ কৰ্মসংস্থাপন নোপোৱা শিক্ষিত নিবনুৱাৰ সংখ্যাও ক্ৰমান্বয়ে বৃদ্ধি পাইছে৷ সেই অনুসাৰে কৰ্মক্ষেত্ৰৰ বৃদ্ধি হোৱা নাই আৰু অত্যাধুনিক শিক্ষাৰ দিশতো আমাৰ ল’ৰা-ছোৱালীয়ে কেৱল পাঠ্যপুথিগত […]

◉ অসমত কাৰিকৰী শিক্ষাৰ প্ৰসাৰতা

(অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানে আপোনাক দিব কাৰিকৰী শিক্ষা গ্ৰহণৰ সুযোগ) ‘‘কাৰিকৰী শিক্ষা যিকোনো এগৰাকী ব্যক্তিৰ আৰ্থ-সামাজিক বিকাশৰ মূল ভেটি বুলি ধৰিব পাৰি৷ হাতে কামে ব্যক্তিগৰাকীয়ে স্বনিৰ্ভৰশীল হৈ উপাৰ্জন কৰিব পাৰে সেয়াই হৈছে কাৰিকৰী শিক্ষাৰ মূল লক্ষ্য বা উদ্দেশ্য৷’’ দেশৰ লগতে আমাৰ উত্তৰ-পূৰ্বাঞ্চলত কাৰিকৰী শিক্ষা ব্যৱস্থাই বৰ্তমান বিশেষ স্থান দখল কৰিছে৷ প্ৰতি বছৰে উত্তৰ পূৰ্বাঞ্চলৰ পৰা […]

➱ আৰ্কিটেক বা স্থাপত্য অভিযান্ত্ৰিক কি?

✓ সম্প্ৰতি আধুনিক সয়ছোৱাত প্ৰতিগৰাকী ব্যক্তিয়ে একোটা আটকধুনীয়া গৃহ নিৰ্মাণৰ বাবে চিন্তা কৰে৷ সেই অনুপাতে গৃহ একোটা বা বিল্ডিং এটা নিৰ্মাণৰ বাবে অৰ্থৰো প্ৰয়োজন হয়৷ আৰ্থিক দিশত যেতিয়া গৃহটো নিৰ্মাণত অত্যধিক খৰছ হয় তেতিয়া ব্যক্তিজনে গৃহটো নিৰ্মাৰ পিছৰ সময়ছোৱাত পৰিকল্পনা অনুসৰি হৈ নুথিলে লোকচানৰ সন্মুখীন হয়৷ সা-হুমনিয়াহ কাঢ়িব লগা হয়৷ সেয়েহে গৃহ নিৰ্মাণ বা যিকোনো […]

➧ অসম ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত শিকক বিউটিচিয়ান পাঠ্যক্ৰম

➱বিউটিচিয়ান পাঠ্যক্ৰম হৈছে কেৰিয়াৰ কেন্দ্ৰিক আই টি আই পাঠ্যক্ৰমঃ ➱অসম ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানে আগবঢ়োৱা বিউটিচিয়ান পাঠ্যক্ৰমত সৌন্দৰ্য্য আৰু ব্যক্তিগত শাৰীৰিক যত্নৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এই কৰ্মক্ষেত্ৰত সফল ভৱিষ্যত গঢ়িব বিচৰা ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰস্তুত কৰা কেৰিয়াৰ কেন্দ্ৰিক আই টি আই পাঠ্যক্ৰম। সৌন্দৰ্য্য উদ্যোগ ভাৰতৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা এক উদ্যোগিক খণ্ড৷ চেলুন, স্পা, ব্রাইডাল ষ্টুডিঅ’, […]

► কেৰিয়াৰ হিচাপে ম’বাইল ফোন ৰিপেয়াৰিং

► কেৰিয়াৰ হিচাপে ম’বাইল ফোন ৰিপেয়াৰিং(Mobile Phone Repairing)➥ ‘‘ম’বাইল ফোন ৰিপেয়াৰিং হৈছে ম’বাইলৰ হাৰ্ডৱেৰ যেনে- Battery Problem, Keypad Problem, Mic Problem, Sound Problem আৰু ম’বাইলৰ চফ্টৱেৰ যেনে— Data Download, Media Download, Operating System Problem ইত্যাদি সমস্যাৰ সমাধান কৰা…’’ ➥ বর্তমান ডিজিটেল যুগ। এই সময়ছোৱাত বজাৰত ভিন্ন প্ৰকাৰৰ কোম্পানীৰ ম’বাইল ফোনৰ চাহিদা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। সেই […]

➨ কাৰিকৰী শিক্ষাৰ প্ৰয়োজনীয়তা?

➨ কাৰিকৰী শিক্ষাৰ প্ৰয়োজনীয়তা? • কাৰিকৰী শিক্ষাৰ জৰিয়তে এক সুৰক্ষিত আৰু উজ্জ্বল কেৰিয়াৰ গঢ়ি তোলাৰ বাবে পলিটেকনিক, আই.টি.আই (ITI), অভিযান্ত্ৰিক বা বৃত্তিমূলক পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰি। অসমৰ দৰে ৰাজ্যত নিবনুৱা সমস্যা সমাধানৰ লগতে ঔদ্যোগিক চাহিদা পূৰণ কৰি আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰে। সঠিক দক্ষতা বিকাশ আৰু প্ৰয়োগিক জ্ঞান (Practical skills) কেৰিয়াৰৰ বাবে অপৰিহাৰ্য। ➨ কাৰিকৰী শিক্ষাৰ […]

➨ আইটিআই ইলেক্ট্ৰনিক মেকানিক

➨ আইটিআই ইলেক্ট্ৰনিক মেকানিক ➥ আইটিআই ইলেক্ট্ৰনিক মেকানিক ট্ৰেড হৈছে দুই বছৰীয়া বৃত্তিমুখী শিক্ষণ কাৰ্যসূচী। যি নেচনেল কাউন্সিল ফৰ ভকেচনেল ট্ৰেইনিং (NCVT)ৰ দ্বাৰা ক্ৰাফ্টচমেন ট্ৰেইনিং স্কিম (CTS)ৰ অধীনত পৰিচালিত হয়। এই পাঠ্যক্ৰমে শিক্ষাৰ্থীসকলক ইলেক্ট্ৰনিক সঁজুলি স্থাপন, সমস্যা সমাধান আৰু মেৰামতিৰ দক্ষতা প্ৰদান কৰে। যি উদ্যোগ, ঘৰ আৰু বাণিজ্যিক পৰিৱেশত ব্যৱহৃত হয়। পাঠ্যক্ৰম ২ বছৰীয়া। প্ৰতি […]

‣কেৰিয়াৰ হিচাপে এক বিষয় ‘কস্মেটোলজি’

‣কেৰিয়াৰ গঢ়ক, উপাৰ্জন কৰক! কিন্তু কেনেকৈ সম্ভৱ? ‣কেৰিয়াৰ হিচাপে এক বিষয় ‘কস্মেটোলজি’ ‣‘কস্মেটোলজি’ কি জানেনে? ● ‘কস্মেটোলজি’ হৈছে প্ৰফেছনেলভাৱে সৌন্দৰ্য্যৰ বিষয়ে কৰা চিকিত্‍সাৰ ওপৰত অধ্যয়ন আৰু প্ৰয়োগ৷ য’ত চুলিৰ সাজ, যত্ন, মেকআপ কলাৰ লগতে নখৰ যত্ন লোৱা বিষয় অন্তর্ভুক্ত। ইয়াত ছেলুন ব্যৱস্থাপনা, নিৰাপত্তা প্ৰদর্শন উন্নত কৰাৰ কলাত প্ৰশিক্ষণ দিয়া হয়। পাঠ্যক্ৰমসমূহ ১ বছৰীয় ডিপ্লোমাৰ পৰা […]

‣ উপাৰ্জনৰ পথ হিচাপে ‘ফুড প্ৰচেচিং’

‣ হাতে কামে কেৰিয়াৰ গঢ়ক, উপাৰ্জন কৰক! কম খৰছতে কেনেকৈ সম্ভৱ? ‣ উপাৰ্জনৰ পথ হিচাপে ‘ফুড প্ৰচেচিং’ ‣ ‘ফুড প্ৰচেচিং’ কি? ● সহজ ভাষাত ক’বলৈ গলে ‘ফুড প্ৰচেচিং’ মানে খাদ্য সামগ্ৰী এটাক বেয়া নোহোৱাকৈ দীৰ্ঘস্থায়ী কৰি ৰখা এক পদ্ধতি। অৰ্থাৎ খাদ্য সামগ্ৰী বিধক প্ৰণালীবদ্ধভাৱে সংৰক্ষণ কৰাৰ বাবে কিছুমান পদ্ধতি অৱলম্বন কৰা হয়। লগতে সামগ্ৰীবিধৰ প্ৰফেচনেল […]

তথ্য প্ৰযুক্তি (আই টি) কি?

তথ্য প্ৰযুক্তি (আই টি) কি?● তথ্য প্ৰযুক্তি শব্দটো সাধাৰণতে প্ৰায়ে সকলোৰে এক চিনাকি শব্দ। বৰ্তমান যুগ তথ্য প্ৰযুক্তিৰ যুগ বুলি কোৱা হয়। এই তথ্য প্ৰযুক্তিয়ে মূলতঃ নেটৱৰ্কিং, ডাটাবেছ ব্যৱস্থাপনা আৰু চাইবাৰ সুৰক্ষা বিষয়টো সামৰি লয়।তথ্য প্ৰযুক্তি (IT) হৈছে ডিজিটেল তথ্য পৰিচালনা, সংৰক্ষণ, সুৰক্ষিত আৰু প্ৰেৰণৰ বাবে কম্পিউটাৰ, চফ্টৱেৰ, নেটৱৰ্কিং আৰু ডিজিটেল আন্তঃগাঁথনিৰ প্ৰয়োগক বুজায়। মূলত […]

Contact Our Education Experts Now!

Please fill out the form below and our team will get in touch with you shortly