‣কেৰিয়াৰ গঢ়ক, উপাৰ্জন কৰক! কিন্তু কেনেকৈ সম্ভৱ?
‣কেৰিয়াৰ হিচাপে এক বিষয় ‘কস্মেটোলজি’
‣‘কস্মেটোলজি’ কি জানেনে?

● ‘কস্মেটোলজি’ হৈছে প্ৰফেছনেলভাৱে সৌন্দৰ্য্যৰ বিষয়ে কৰা চিকিত্সাৰ ওপৰত অধ্যয়ন আৰু প্ৰয়োগ৷ য’ত চুলিৰ সাজ, যত্ন, মেকআপ কলাৰ লগতে নখৰ যত্ন লোৱা বিষয় অন্তর্ভুক্ত। ইয়াত ছেলুন ব্যৱস্থাপনা, নিৰাপত্তা প্ৰদর্শন উন্নত কৰাৰ কলাত প্ৰশিক্ষণ দিয়া হয়। পাঠ্যক্ৰমসমূহ ১ বছৰীয় ডিপ্লোমাৰ পৰা ডিগ্ৰী পাঠ্যক্ৰম অন্তৰ্ভুক্ত, যিয়ে ছেলুন, স্পা আৰু মনোৰঞ্জন ক্ষেত্ৰত কেৰিয়াৰ পথৰ সন্ধান দিব পাৰে।
● ‘কস্মেটোলজি’ অধ্যয়নৰ মূল ক্ষেত্ৰসমূহ আৰু সেৱাসমূহ কি কি?
চুলিৰ যত্ন: চুলিৰ কাটিং, চুলিৰ কাটিং শৈলী নিৰ্মাণ, চুলিৰ ৰঙ কৰাৰ লগতে চিকিৎসা।
⁃ছালৰ যত্ন: ফেচিয়েল আৰু বিভিন্ন ছালৰ প্ৰকাৰৰ বাবে উন্নত চিকিৎসা।
⁃মেকআপ কলা: বিবাহ, অন্যান্য অনুষ্ঠান আদিত মেকআপ প্ৰয়োগ।
⁃নখৰ যত্ন: মেনিকিউৰ, পেডিকিউৰ আৰু কৃত্ৰিমভাৱে নখৰ বঢ়োৱা।
⁃স্পা আৰু স্বাস্থ্য: দেহৰ মাচাজ, আৰোমাথেৰাপি আৰু স্পা চিকিৎসা।
●কেৰিয়াৰ সুযোগ কেনেধৰণৰ?
যোগ্য পেচাদাৰী ব্যক্তিসকলে কাম কৰিব পাৰে:
• কছমেটোলজিষ্ট আৰু ছেলুন মেনেজাৰ।
• মেকআপ আৰ্টিষ্ট আৰু ষ্টাইলিষ্ট।
• এছ্থেটিচিয়ান (চালৰ যত্নৰ বিশেষজ্ঞ)।
• ছুলিৰ ৰং বিশেষজ্ঞ।
• সৌন্দৰ্য্য প্ৰশিক্ষক।
𝗜𝗧𝗜 || 𝗣𝗼𝗹𝘆𝘁𝗲𝗰𝗵𝗻𝗶𝗰 || 𝗕. 𝗧𝗲𝗰𝗵
𝙾𝚞𝚛 2026 𝚊𝚍𝚖𝚒𝚜𝚜𝚒𝚘𝚗 𝚙𝚛𝚘𝚌𝚎𝚜𝚜 𝚒𝚜 𝚗𝚘𝚠 𝚘𝚙𝚎𝚗
https://aitiguwahati.online/ or call us at +91-6001649848 / 094354 00147 to learn more and kickstart your future today!
MORE INFO to VISIT: 