অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান

ASSAM INDUSTRIAL TRAINING INSTITUTE

কেৰিয়াৰ হিচাপে ‘ইনষ্ট্ৰুমেণ্টেচন আইটিআই’

● ইনষ্ট্ৰুমেণ্টেচন আইটিআই (আনুষ্ঠানিকভাৱে পাঠ্যক্ৰমত Instrument Mechanic বুলি জনা যায়) হৈছে ব্যৱসায়িক প্ৰশিক্ষণ কাৰ্যসূচী। এই বিষয়ত ছাত্ৰ-ছাত্ৰীসকলক শিল্প উদ্যোগ বা কাৰখানা, ৰিফাইনেৰী আৰু উৎপাদন কেন্দ্ৰত ব্যৱহৃত নিখুঁত মাপজোখৰ যন্ত্ৰ আৰু স্বয়ংক্ৰিয় ব্যৱস্থাসমূহ স্থাপন, কেলিব্ৰেট, ত্ৰুটি নিৰ্ণয় আৰু মেৰামতি কৰাৰ বিষয়ে শিকোৱা হয়। মূলত এই বিষয়ত শিকিবলৈ পাব- পাঠ্যক্ৰমত শ্ৰেণীকোঠাৰ তাত্ত্বিক পাঠদানৰ সৈতে অধিক পৰিমাণে ব্যৱহাৰিক […]

স্বনিয়োজনৰ পথ হিচাপে শিকক ‘ৰেফ্ৰিজাৰেচন আৰু এয়াৰ কণ্ডিচনিং টেকনিচিয়ান’’

সম্প্ৰতি ডিজিটেল আৰু টেকন’লজিকেল সময়ছোৱাত প্ৰতিদিনে সকলো মানুহে নিজৰ চাহিদা পূৰণৰ বাবে বজাৰত উপলভ্য হোৱা ভিন্ন ব্ৰেণ্ডৰ সামগ্ৰী ক্ৰয় কৰে৷ গৰমৰ কালছোৱাত বেছিকৈ ব্যৱহাৰ হোৱা বিশেষ ২টা সামগ্ৰী হৈছে ৰেফ্ৰিজাৰেটৰ আৰু এয়াৰ কণ্ডিচন বা চমুকৈ এচি’ৰ ব্যৱহাৰ অতি বেছি৷ সেই অনুপাতে বজাৰত ভিন্ন প্ৰকাৰৰ এই সামগ্ৰী দুবিধ উপলব্ধ হয়৷ গ্ৰাহক এজনে সামগ্ৰীবিধ ক্ৰয় কৰাৰ পৰা […]

◉ স্ব-নিয়োজনৰ পথ হিচাপে চিলাই কামৰ বাবে ‘টেইলৰিং টেকন’লজি’ পাঠ্যক্ৰম কি?

◉ স্ব-নিয়োজনৰ পথ হিচাপে চিলাই কামৰ বাবে ‘টেইলৰিং টেকন’লজি’ পাঠ্যক্ৰম কি? অতীত কালত সময়ৰ গতিত খোজ মিলাই আগুৱাই যাওঁতে বা ক্রমোন্নতিৰ ফলত মানুহৰ বুদ্ধি-বৃত্তিৰ বিকাশৰ লগে লগে মানুহে লজ্জা নিবাৰণৰ বাবে আহিলা বিচাৰি ল’লে গছৰ ছাল, পাত, জন্তুৰ চামৰা আদি। এনেদৰে বিকাশ ঘটি এটা সময়ত প্রয়োজনৰ দাবীত কাপোৰ প্ৰস্তুতৰ কাৰণে সূতাৰ আৱিষ্কাৰ হয়। যিকোনো কামৰ […]

◉ আত্মনিৰ্ভৰশীলতাৰ সুযোগ লাভ কৰিব পৰা কেৰিয়াৰ পাঠ্যক্ৰম ‘‘Solar Technician’’

◉ আত্মনিৰ্ভৰশীলতাৰ সুযোগ লাভ কৰিব পৰা কেৰিয়াৰ পাঠ্যক্ৰম ‘‘Solar Technician’’ ◉ ‘‘Solar Technician বুলি ক’লে এজন দক্ষ পেছাদাৰী ব্যক্তিক বুজোৱা হয়৷ আবাসিক গৃহ, বাণিজ্যিক অথবা উদ্যোগিক ভৱনত সৌৰ পেনেল ব্যৱস্থা ইনষ্টল বা সুৰক্ষিতভাৱে স্থাপন কৰা আৰু মেৰামতি কৰাকে বুজায়৷ Solar Technician এজনে সৌৰ সৌৰশক্তিৰ পেনেলৰ পৰা ইনভাৰ্টাৰ আৰু বেটাৰী ষ্ট’ৰেজ সংযোজন, সঠিক স্থাপন আৰু কিবা […]

কেৰিয়াৰ হিচাপে ◉ ‘‘Wireman’’ বা বৈদ্যুতিক তাঁৰ সংযোগকাৰী

◉ ‘‘Wireman’’ বা বৈদ্যুতিক তাঁৰ সংযোগকাৰী মানে কি? কেনেদৰে কাম সম্পাদন কৰে একোজন বৈদ্যুতিক তাঁৰ সংযোগকাৰীয়ে? ⇝ বিদ্যুৎ হৈছে আধুনিক সমাজৰ জীৱনধাৰাৰ এক অবিচ্ছেদ্য অংশ। ঘৰ, কাৰ্যালয়, উদ্যোগ আৰু আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি আমাৰ দৈনন্দিন জীৱনৰ প্ৰায় সকলো ক্ষেত্ৰেই বিদ্যুতৰ ওপৰত নিৰ্ভৰশীল। এই বিদ্যুতৰ সুৰক্ষিত আৰু সঠিক প্ৰবাহ নিশ্চিত কৰাৰ আঁৰত থাকে এজন দক্ষ Wireman […]

► কেৰিয়াৰ হিচাপে ম’বাইল ফোন ৰিপেয়াৰিং

► কেৰিয়াৰ হিচাপে ম’বাইল ফোন ৰিপেয়াৰিং(Mobile Phone Repairing)➥ ‘‘ম’বাইল ফোন ৰিপেয়াৰিং হৈছে ম’বাইলৰ হাৰ্ডৱেৰ যেনে- Battery Problem, Keypad Problem, Mic Problem, Sound Problem আৰু ম’বাইলৰ চফ্টৱেৰ যেনে— Data Download, Media Download, Operating System Problem ইত্যাদি সমস্যাৰ সমাধান কৰা…’’ ➥ বর্তমান ডিজিটেল যুগ। এই সময়ছোৱাত বজাৰত ভিন্ন প্ৰকাৰৰ কোম্পানীৰ ম’বাইল ফোনৰ চাহিদা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। সেই […]

‣কেৰিয়াৰ হিচাপে এক বিষয় ‘কস্মেটোলজি’

‣কেৰিয়াৰ গঢ়ক, উপাৰ্জন কৰক! কিন্তু কেনেকৈ সম্ভৱ? ‣কেৰিয়াৰ হিচাপে এক বিষয় ‘কস্মেটোলজি’ ‣‘কস্মেটোলজি’ কি জানেনে? ● ‘কস্মেটোলজি’ হৈছে প্ৰফেছনেলভাৱে সৌন্দৰ্য্যৰ বিষয়ে কৰা চিকিত্‍সাৰ ওপৰত অধ্যয়ন আৰু প্ৰয়োগ৷ য’ত চুলিৰ সাজ, যত্ন, মেকআপ কলাৰ লগতে নখৰ যত্ন লোৱা বিষয় অন্তর্ভুক্ত। ইয়াত ছেলুন ব্যৱস্থাপনা, নিৰাপত্তা প্ৰদর্শন উন্নত কৰাৰ কলাত প্ৰশিক্ষণ দিয়া হয়। পাঠ্যক্ৰমসমূহ ১ বছৰীয় ডিপ্লোমাৰ পৰা […]

➦ সময়ৰ সৈতে খোজ মিলাই আগুৱাই যাওঁক

➲ অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান-আপোনাক আত্মনিৰ্ভশীলতাৰ সুযোগ ➲ কম খৰছতে জীৱনৰ কেৰিয়াৰ গঢ়ক ➦ সময়ৰ সৈতে খোজ মিলাই আগুৱাই যাওঁক ➦ তেন্তে পলম কিয়? ➦ কি শিকিব বিচাৰে আপুনি? ➦ সকলো উপলব্ধ আমাৰ প্ৰতিষ্ঠানত ➦ কেৱল কল কৰক, ২ মিনিটতে বুজি লওঁক ➦ নামভৰ্তি কৰক 𝗜𝗧𝗜 || 𝗣𝗼𝗹𝘆𝘁𝗲𝗰𝗵𝗻𝗶𝗰 || 𝗕. 𝗧𝗲𝗰𝗵 𝙾𝚞𝚛 2026 𝚊𝚍𝚖𝚒𝚜𝚜𝚒𝚘𝚗 𝚙𝚛𝚘𝚌𝚎𝚜𝚜 […]

➲ কম খৰছতে জীৱনৰ কেৰিয়াৰ গঢ়ক

➲ অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান-বামুণীমৈদাম, গুৱাহাটীয়ে দিব আপোনাক আত্মনিৰ্ভশীলতাৰ সুযোগ ➲ কম খৰছতে জীৱনৰ কেৰিয়াৰ গঢ়ক ➦ সময়ৰ সৈতে খোজ মিলাই আগুৱাই যাওঁক ➦ আত্মনিৰ্ভৰশীল হওঁক, স্বাধীনভাৱে কৰ্মসংস্থাপন লাভ কৰক ➦ কি শিকিব বিচাৰে আপুনি? ➦ সকলো উপলব্ধ আমাৰ প্ৰতিষ্ঠানত ➦ আজিয়েই নামভৰ্তি কৰক 𝗜𝗧𝗜 || 𝗣𝗼𝗹𝘆𝘁𝗲𝗰𝗵𝗻𝗶𝗰 || 𝗕. 𝗧𝗲𝗰𝗵 𝙾𝚞𝚛 2026 𝚊𝚍𝚖𝚒𝚜𝚜𝚒𝚘𝚗 𝚙𝚛𝚘𝚌𝚎𝚜𝚜 𝚒𝚜 […]

বিদ্যুৎস্পৃষ্ট হ’লে তাৎক্ষণিক কৰণীয়

বিদ্যুৎ প্রবাহিত তাঁৰৰ লগত মানুহ সংযোগ হ’লে ইলেক্ট্রিক প্রবাহিত হয়। বিদ্যুৎ যোগানৰ ধৰণ, মানুহৰ শৰীৰত বিদ্যুৎ প্রবাহৰ পথ, মানুহৰ শৰীৰৰে বিদ্যুৎ সংযোগ প্রবাহৰ সময়ৰ ওপৰত। বিদ্যুৎ সংযোগ প্রবাহৰ সময়ৰ ওপৰত শ্বকৰ প্রচণ্ডতা নিৰ্ভৰ কৰে। সংযোগ বিচ্ছিন্নতা (Breaking of Contact): যেতিয়া ইলেক্ট্রিক শ্বক হোৱা দেখা যায়, প্রথম পৰ্যায়ত মানুহজনৰ পৰা বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰিব লাগে। এনে […]

Contact Our Education Experts Now!

Please fill out the form below and our team will get in touch with you shortly