বিদ্যুৎ প্রবাহিত তাঁৰৰ লগত মানুহ সংযোগ হ’লে ইলেক্ট্রিক প্রবাহিত হয়। বিদ্যুৎ যোগানৰ ধৰণ, মানুহৰ শৰীৰত বিদ্যুৎ প্রবাহৰ পথ, মানুহৰ শৰীৰৰে বিদ্যুৎ সংযোগ প্রবাহৰ সময়ৰ ওপৰত। বিদ্যুৎ সংযোগ প্রবাহৰ সময়ৰ ওপৰত শ্বকৰ প্রচণ্ডতা নিৰ্ভৰ কৰে।
সংযোগ বিচ্ছিন্নতা (Breaking of Contact): যেতিয়া ইলেক্ট্রিক শ্বক হোৱা দেখা যায়, প্রথম পৰ্যায়ত মানুহজনৰ পৰা বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰিব লাগে। এনে কৰাৰ পিছত উদ্ধাৰকাৰীজনে যত্ন এনেভাবে ল’ব লাগে যাতে তেওঁ ভীতিগ্রস্ত নহয়, বৰং কষ্টৰ পৰা সকাহৰ সাহস গোটাব পাৰে। অর্থাৎ ইলেক্ট্রিক শ্বকৰ বলি হ’ব নালাগে। উত্তম কথা হ’ল যদি ওচৰত মেইন চুইচ থাকে, তেন্তে সেয়া অফ কৰিব লাগে। অথবা প্লাগ টপ (Plug top) টানি বাহিৰ কৰিব লাগে। হাই ভল্টেজ যোগানৰ (High Voltage Supply) ক্ষেত্ৰত ভীতিগ্রস্তজনৰ লগত যদি বিদ্যুৎ সংযোগ বিচ্ছিন্ন সম্ভৱ নহয়, তেতিয়া হ’লে এডাল চেইন (Chain) দলিয়াই দি বিদ্যুৎ প্রবাহী তাঁৰৰ চক্রাকাৰ গতি অপর্যাপ্ত (Short Circuit) কৰা প্রয়োজন। এই দলিয়াই দিয়া চেইনডালে শ্বর্ট চার্কিটৰ কাৰণ হ’ব আৰু চাব ষ্টেচনৰ (Sub-Station) লাইন ট্রিপ অফ হৈ বিজুলী প্রবাহ বন্ধ হ’ব।
প্রাথমিক চিকিৎসা (First Aid): যেতিয়া এজন ব্যক্তিয়ে ইলেক্ট্রিক শ্বক পাব, তেতিয়া তেওঁৰ শ্বাস-প্রশ্বাসৰ কেন্দ্ৰত আৰু ব্রেইনৰ ভেটিত বিদ্যুৎ প্রবাহে আক্রমণ কৰে। এই আক্রমণে সিৰা-উপসিৰা অকর্মণ্য কৰে, যিয়ে শ্বাসৰ কাৰণে মাংসপেশীৰ গুৰুত্বত ক্রিয়া কৰে। ফলত আকস্মিকভাৱে (Abruptly) শ্বাস প্রক্রিয়া বন্ধ হয়। শ্বকৰ ক্ষেত্ৰত, তাৰ পিছত লোকজনক (Victim) মূলৰ পৰা মুক্ত কৰে (Disengaging)। পৰৱৰ্তী পর্যায়ত পুনৰায় সজীৱকৰণ বা কৃত্রিমভাবে উশাহ-নিশাহ লোৱা আৰম্ভ কৰাব লাগে আৰু ওচৰৰ ডাক্তৰক মাতিব লাগে। পুনৰায় সজীৱকৰণৰ প্ৰক্ৰিয়া একেৰাহে আঠ ঘণ্টা কৰিলে (প্রাকৃতিক বা স্বাভাৱিক উশাহ-নিশাহ লোৱাই দিলে) ক্ষতিপূৰণ হয়।