অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান

ASSAM INDUSTRIAL TRAINING INSTITUTE

➱বিউটিচিয়ান পাঠ্যক্ৰম হৈছে কেৰিয়াৰ কেন্দ্ৰিক আই টি আই পাঠ্যক্ৰমঃ
➱অসম ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানে আগবঢ়োৱা বিউটিচিয়ান পাঠ্যক্ৰমত সৌন্দৰ্য্য আৰু ব্যক্তিগত শাৰীৰিক যত্নৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এই কৰ্মক্ষেত্ৰত সফল ভৱিষ্যত গঢ়িব বিচৰা ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰস্তুত কৰা কেৰিয়াৰ কেন্দ্ৰিক আই টি আই পাঠ্যক্ৰম। সৌন্দৰ্য্য উদ্যোগ ভাৰতৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা এক উদ্যোগিক খণ্ড৷ চেলুন, স্পা, ব্রাইডাল ষ্টুডিঅ’, ৱেলনেছ চেণ্টাৰ আদিবোৰত প্ৰশিক্ষণপ্ৰাপ্তসকলৰ আত্মনিয়োগৰ ব্যাপক সুযোগ আছে।

Beautician Course in Guwahati

➱ ছালৰ যত্ন, চুলিৰ যত্ন, মেকআপ আৰু গ্ৰুমিংৰ দৰে পেছাদাৰী সৌন্দৰ্য্য সেৱাৰ চাহিদা বৃদ্ধি পোৱাৰ লগে লগে প্ৰশিক্ষিত সৌন্দৰ্য্যবিদসকলৰ চাহিদা বৃদ্ধি পাইছে। এনচিভিটি আৰু এছচিভিটিৰ সৈতে জড়িত এই ১ বছৰীয়া আইটিআই বিউটিচিয়ান পাঠ্যক্ৰমটো দশম মান উত্তীৰ্ণ হোৱাসকলে সৌন্দৰ্য্য, শৈলী আৰু ক্লায়েণ্ট কেয়াৰৰ প্ৰতি আকৰ্ষিত ছাত্ৰ-ছাত্ৰীৰ বাবে সুবিধাজনক পাঠ্যক্ৰম।
➱ এআইটিআই গুৱাহাটীত এই পাঠ্যক্ৰমত হাতে কামে কৰা ব্যৱহাৰিক প্ৰশিক্ষণ, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ মানদণ্ড, গ্ৰাহক সেৱা আৰু উদ্যোগ-প্ৰাসংগিক কৌশলৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰশিক্ষণ প্ৰদান কৰা হয়৷ যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকল পেছাদাৰী কামৰ বাবে সম্পূৰ্ণৰূপে সাজু হোৱাটো নিশ্চিত কৰা হয়।
✓ সবিশেষ জানিবলৈ আমাৰ বেৱচাইটৰ লিংকত ক্লিক কৰক নতুবা QR Code স্কেন কৰিব পাৰে৷

61 / 100 SEO Score

Leave a Reply

Your email address will not be published. Required fields are marked *

Contact Our Education Experts Now!

Please fill out the form below and our team will get in touch with you shortly