অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান

ASSAM INDUSTRIAL TRAINING INSTITUTE

‘অটো কেড’ হৈছে ডিজিটেল প্ৰযুক্তিত এটা আগশাৰীৰ 2D আৰু 3D কম্পিউটাৰ-সহায়ক ডিজাইন (CAD) চফ্টৱেৰ৷ যিটো চফ্টৱেৰত Autodesk দ্বাৰা নিখুঁতভাৱে ডিজাইন কৰা হয়। ১৯৮২ চনত আৰম্ভ হোৱা এই ছফ্টৱেৰৰ সহায়ত অভিযন্তা, স্থপতিবিদ আৰু ডিজাইনাৰসকলে কাৰিকৰী অংকন সৃষ্টি, ডিজাইন বা মডেলৰ সম্পাদনা কৰাৰ বাবে ডিজিটেলি কাম কৰে৷ য’ত কম্পিউটাৰৰ দ্বাৰা কাগজ অবিহনে আটকধুনীয়া ৰূপত নক্সাৰ প্ৰস্তুত কৰিব পৰা হয়৷ অৰ্থাৎ অটোকেড হৈছে উদ্যোগিক খণ্ডত স্থপতিবিদ, প্ৰকল্প পৰিচালক, অভিযন্তা, অভ্যন্তৰীণ ডিজাইনাৰ, গ্রাফিক ডিজাইনাৰ, চহৰ পৰিকল্পনাকাৰী আৰু অন্যান্য পেছাদাৰীসকলে কাৰিকৰী অংকন প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা এটা সাধাৰণ খচৰা আৰু ডিজাইন এপ্লিকেচন। এই ছফ্টৱেৰ বা এপ্লিকেচনটো ব্যৱহাৰৰ বাবে প্ৰশিক্ষাৰ্থী এগৰাকীয়ে কাৰিকৰীভাৱে তেওঁৰ কিছু কম্পিউটাৰত ছফ্টৱেৰ সম্পৰ্কীয় জ্ঞানৰ আৱশ্যক। প্ৰশিক্ষাৰ্থী এগৰাকীয়ে দক্ষভাৱে এই ছফ্টৱেৰত কাম কৰিবলৈ হ’লে কোনো অভিজ্ঞ কম্পিউটাৰ প্ৰশিক্ষণ প্ৰদান কৰা লোকৰ ওচৰত বা তেনে প্ৰতিষ্ঠানত নামভৰ্তি কৰি সম্পূৰ্ণ জ্ঞান লাভ কৰিব পাৰে। বৰ্তমান সময়ছোৱাত ডিজিটেল প্ৰতিযোগিতাৰ যুগ। এই সময়ত ডিজিটেল প্ৰযুক্তিৰ দ্বাৰা ঘৰতে বহিয়েই হাতত লেপটপ বা কম্পিউটাৰটো লৈ এনেধৰণৰ আগশাৰীৰ চফ্টৱেৰ ব্যৱহাৰ কৰি অধিক উপাৰ্জন কৰিব পাৰি।
𝗜𝗧𝗜 || 𝗣𝗼𝗹𝘆𝘁𝗲𝗰𝗵𝗻𝗶𝗰 || 𝗕. 𝗧𝗲𝗰𝗵
𝙾𝚞𝚛 2026 𝚊𝚍𝚖𝚒𝚜𝚜𝚒𝚘𝚗 𝚙𝚛𝚘𝚌𝚎𝚜𝚜 𝚒𝚜 𝚗𝚘𝚠 𝚘𝚙𝚎𝚗
https://aitiguwahati.online/ or call us at +91-6001649848 / 094354 00147to learn more and kickstart your future today!
MORE INFO to VISIT: 👇
👉 https://aitiguwahati.online/
👉 https://www.facebook.com/aiti.guwahati1
👉 https://www.instagram.com/aitiguwahati/
#industrialtraininginstitute #guwahati #guwahaticity #aiti_guwahati #bamunimoidan #vocationaltraining #educationalcontent #educationalinstitutions #AITI_Guwahati #assam_iti
64 / 100 SEO Score

Leave a Reply

Your email address will not be published. Required fields are marked *

Contact Our Education Experts Now!

Please fill out the form below and our team will get in touch with you shortly