অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান

ASSAM INDUSTRIAL TRAINING INSTITUTE

Indian Motor Vehicles Act, 1988: Check Rules & It's importance

ট্র্যান্সপোর্টৰ প্রথম নিয়ম বা আইন মতে মাত্র ১৯ টা আইনৰ ধাৰা আছিল। আইনখনে বিভিন্ন ধৰণৰ যানৰ মাজত পৃথক কৰা নাছিল নাইবা সীমাবদ্ধতা স্থাপন কৰা নাচিল। ইয়াৰ ফলত এই এক্টখন বেলেগ বেলেগ ৰাজ্যৰ এক্টৰ একত্র এক্ট আছিল, তেতিয়াৰ পৰা এই মটৰ আইনখন চলি আছিল।

প্রথম বিশ্বযুদ্ধৰ পিচত মটৰ যানৰ সংখ্যা বৃদ্ধিৰ লগে লগে আনুষঙ্গিক মটৰ ট্র্যান্সপোর্ট বৃদ্ধি হয়, মটৰ ট্রান্সপোর্টৰ ওপৰত নিয়ন্ত্ৰণৰ প্ৰয়োজন হ’ল, অনুভৱ কৰিবলৈ আৰম্ভ কৰিলে, কাৰণ, ৰে’লৱেৰ লগত মটৰ ট্র্যান্সপোর্টৰ প্রতিযোগিতাৰ সূক্ষ্ম বিচাৰ বিচক্ষণতাৰ সৃষ্টি হ’ল আৰু নিৰাপত্তাৰ দৃষ্টিকোণৰ পৰা আৰু জনতাৰ বিশ্বাস আৰু ৰোড্ ট্র্যান্সপোর্টৰ পদ্ধতিৰ বিকাশ। মটৰ দুৰ্ঘটনাত ভুক্তভোগীৰ ক্ষতিপূৰণৰ আদায়ৰ কাৰণে ব্যৱস্থামূলক সুবিধা আইনৰ প্রয়োজন হ’ল। ১৯৩৯ চনত মটৰ যান এক্টখনত এই সকলো সামৰি লোৱা হ’ল আৰু ১৯৪০ চনৰ ১ এপ্রিলৰ পৰা বলবৎ কৰা হ’ল।

Motor Vehicle Act, 1988 - iPleaders

মিচায়েল আৰু কির্কনেচ্ (Michael and Kirkness)ক ভুক্ত কৰা কমিটিৰ দ্বাৰা পুঙ্খানুপুঙ্খভাৱে অধ্যয়ন কৰাৰ পিচত ১৯৩৯ চনৰ মটৰ যান এক্ট পৰিচিত কৰা হয়। এই এক্টখনে চালক আৰু পৰিচালকৰ অনুমতি দিয়াৰ (licensing) কাৰণে সুবিধা দিয়ে। যাতে যানৰ ক্ষমতা বহন কৰিব পাৰে, মেকানিকেল, ফিট্ হৈ থকা বিষয়ত কর্তৃপক্ষই নিয়মিত পৰিদৰ্শন কৰা, অনুমতি পত্র পদ্ধতিৰ জড়িয়তে মটৰ ট্র্যান্সপোর্টৰ নিয়ন্ত্রণ, বিশেষ ধৰণৰ ট্র্যাফিক্ ব্যৱস্থাপনাৰে ট্র্যাফিক নিয়ন্ত্রণ, স্পীডৰ সীমাবদ্ধতা ইত্যাদি এই এক্টৰ জৰিয়তে বলবৎ কৰা হয়।

 

এই এক্টখন সময়ে সময়ে সংশোধনী কৰা হয়, দেশত নিয়ম মতে স্থিৰ কৰা মটৰ ট্র্যান্সপোর্টৰ এয়া অবিচ্ছন্ন মূল সঁজুলি। এইখন ৰাজ্যিক চৰকাৰে বলবৎ কৰিছে, কেন্দ্ৰীয় চৰকাৰৰ লগত মিলিত হৈ সুবিধা অনুযায়ী সংশোধনী কৰিব পাৰে, দৃষ্টিভঙ্গী হ’ব লাগিব- স্থানীয় প্রয়োজনীয়তা আৰু পৰিৱেশ পৰিস্থিতি। ৰাজ্যিক চৰকাৰকো মটৰ যান এক্টৰ অধীনত আইন প্রণয়ন ক্ষমতা সম্পন্ন প্রতিনিধিৰ অধীনত তেওঁলোকৰ নিজা আইন গঠন কৰা ক্ষমতা দিয়া আছে। মটৰ যান এক্ট বলবৎ কৰাৰ ঠিক আগতে দ্বিতীয় বিশ্বযুদ্ধ হঠাৎ আবির্ভাৱ হৈছিল।

12 / 100 SEO Score

Leave a Reply

Your email address will not be published. Required fields are marked *

Contact Our Education Experts Now!

Please fill out the form below and our team will get in touch with you shortly