◉ অসমত কাৰিকৰী শিক্ষাৰ প্ৰসাৰতা

(অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানে আপোনাক দিব কাৰিকৰী শিক্ষা গ্ৰহণৰ সুযোগ) ‘‘কাৰিকৰী শিক্ষা যিকোনো এগৰাকী ব্যক্তিৰ আৰ্থ-সামাজিক বিকাশৰ মূল ভেটি বুলি ধৰিব পাৰি৷ হাতে কামে ব্যক্তিগৰাকীয়ে স্বনিৰ্ভৰশীল হৈ উপাৰ্জন কৰিব পাৰে সেয়াই হৈছে কাৰিকৰী শিক্ষাৰ মূল লক্ষ্য বা উদ্দেশ্য৷’’ দেশৰ লগতে আমাৰ উত্তৰ-পূৰ্বাঞ্চলত কাৰিকৰী শিক্ষা ব্যৱস্থাই বৰ্তমান বিশেষ স্থান দখল কৰিছে৷ প্ৰতি বছৰে উত্তৰ পূৰ্বাঞ্চলৰ পৰা […]
➨ কাৰিকৰী শিক্ষাৰ প্ৰয়োজনীয়তা?

➨ কাৰিকৰী শিক্ষাৰ প্ৰয়োজনীয়তা? • কাৰিকৰী শিক্ষাৰ জৰিয়তে এক সুৰক্ষিত আৰু উজ্জ্বল কেৰিয়াৰ গঢ়ি তোলাৰ বাবে পলিটেকনিক, আই.টি.আই (ITI), অভিযান্ত্ৰিক বা বৃত্তিমূলক পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰি। অসমৰ দৰে ৰাজ্যত নিবনুৱা সমস্যা সমাধানৰ লগতে ঔদ্যোগিক চাহিদা পূৰণ কৰি আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰে। সঠিক দক্ষতা বিকাশ আৰু প্ৰয়োগিক জ্ঞান (Practical skills) কেৰিয়াৰৰ বাবে অপৰিহাৰ্য। ➨ কাৰিকৰী শিক্ষাৰ […]
জীৱন-জীৱিকাৰ পথ হিচাপে কাৰিকৰী শিক্ষা

নিচা, ইচ্ছা, আকাংখা, সামর্থ্যতাই জীৱনৰ লক্ষ্য স্থিৰ কৰে। নেৰানেপেৰা চেষ্টাৰ ফলত লক্ষ্যত উপনীত হ’ব পাৰি। উপার্জিত জ্ঞান জীৱিকাৰ পথ হ’ব পাৰে। ইও ঠিক যে জ্ঞান লাভ কৰা বাবে সংসাৰত বিভিন্ন বিষয় বা দিশ আছে। অর্থাৎ জীৱনত বহু বিষয়ত জ্ঞান লাভ কৰিব পাৰে। কিন্তু জীয়াই থকাৰ বাবে কর্মময় পথ এটা নির্বাচন কৰিব লাগে। সেয়া ৰুচি-অভিৰুচি বা […]
বৃত্তিমূলক শিক্ষা বা কাৰিকৰী শিক্ষা

বৰ্তমান সমস্যাজৰ্জৰ পৰিস্থিতিৰ সন্মুখীন হৈ মানুহৰ মাজত ভিন্ন প্রশ্নৰ সমাধান নৌ-হওঁতেই আৰু এটা প্ৰশ্ন আহি পৰিছে৷ প্ৰতি বছৰে লাখ লাখ শিক্ষিত যুৱক-যুৱতী স্কুল, কলেজ, বিশ্ববিদ্যালয় আদিৰপৰা শিক্ষা সমাপ্ত কৰিছে। কিন্তু সেই অনুপাতে চাকৰিত নিযুক্তি পাইছে সামান্য এটা অংশইহে। ফলত নিবনুৱা সংখ্যা বৃদ্ধি হৈ আছে। এইদৰে নিবনুৱা সংখ্যা বাঢ়ি গৈ গৈ কেইবা কোটি হৈছেগৈ বুলি ভিন্ন […]