কাৰিকৰী শিক্ষা সম্পৰ্কে এটি চমু টোকা

নিচা, ইচ্ছা, আকাংক্ষা, সামর্থ্যতাই জীৱনৰ লক্ষ্য স্থিৰ কৰে। নেৰানেপেৰা চেষ্টাৰ ফলত লক্ষ্যত উপনীত ’ব পাৰি। উপার্জিত জ্ঞানে জীৱিকাৰ পথ হ’ব পাবে। ইও ঠিক যে জ্ঞান লাভ কৰা বাবে সংসাৰত বিভিন্ন বিষয় বা দিশ আছে। অর্থাৎ জীৱনত বহু বিষয়ৰ জ্ঞান লাভ কৰিব পাৰে। কিন্তু জীয়াই থকাৰ বাবে কর্মময় পথ এটা নির্বাচন কৰিব লাগে। সেয়া ৰুচি-অভিৰুচি […]