➨ আইটিআই ইলেক্ট্ৰনিক মেকানিক

➥ আইটিআই ইলেক্ট্ৰনিক মেকানিক ট্ৰেড হৈছে দুই বছৰীয়া বৃত্তিমুখী শিক্ষণ কাৰ্যসূচী। যি নেচনেল কাউন্সিল ফৰ ভকেচনেল ট্ৰেইনিং (NCVT)ৰ দ্বাৰা ক্ৰাফ্টচমেন ট্ৰেইনিং স্কিম (CTS)ৰ অধীনত পৰিচালিত হয়। এই পাঠ্যক্ৰমে শিক্ষাৰ্থীসকলক ইলেক্ট্ৰনিক সঁজুলি স্থাপন, সমস্যা সমাধান আৰু মেৰামতিৰ দক্ষতা প্ৰদান কৰে। যি উদ্যোগ, ঘৰ আৰু বাণিজ্যিক পৰিৱেশত ব্যৱহৃত হয়। পাঠ্যক্ৰম ২ বছৰীয়া। প্ৰতি ছয় মাহৰ আৰু ইয়াত তাত্ত্বিক জ্ঞান, প্ৰায়োগিক দক্ষতা আৰু নিয়োগযোগ্যতাৰ শিক্ষণ অন্তৰ্ভুক্ত, যি ইলেক্ট্ৰনিক টেকনিচিয়ান বা ইলেক্ট্ৰনিক্স উৎপাদন, টেলিকমিউনিকেচন আৰু সেৱা উদ্যোগৰ সম্পৰ্কীয় ভূমিকাৰ বাবে প্ৰস্তুত কৰে।
➥ প্ৰশিক্ষাৰ্থীৰ যোগ্যতা নূন্যতম ১০ম শ্ৰেণী উত্তীৰ্ণ বিজ্ঞান আৰু গণিতৰ সৈতে (বা তাৰ সমকক্ষ) হ’ব লাগে। এই পাঠ্যক্ৰমত মূলতে প্ৰশিক্ষাৰ্থীক কাৰিকৰীভাৱে দক্ষ ইলেক্ট্ৰনিক মেকানিক হিচাপে সৃষ্টি কৰা, যি ইলেক্ট্ৰনিক চাৰ্কিট আৰু সঁজুলিক নিখুঁতভাৱে আৰু সুৰক্ষিতভাৱে পৰীক্ষণ, মেৰামতি কৰিব পাৰে। যদিহে এই বিষয়ত সঠিকভাৱে চাৰ্টিফিকেটসহ প্ৰশিক্ষিত হৈ স্ব-নিয়োজনৰ বাট মুকলি কৰিব বিচাৰে তেন্তে গুৱাহাটীৰ বামুণীমৈদামস্থিত অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানতো অভিজ্ঞতাসম্পন্ন ব্যক্তিৰ যোগেদি কম খৰছতে পাঠদানৰ লগতে ডিপ্লমা প্ৰদানৰ ব্যৱস্থা কৰা হয়।
𝗜𝗧𝗜 || 𝗣𝗼𝗹𝘆𝘁𝗲𝗰𝗵𝗻𝗶𝗰 || 𝗕. 𝗧𝗲𝗰𝗵
𝙾𝚞𝚛 2026 𝚊𝚍𝚖𝚒𝚜𝚜𝚒𝚘𝚗 𝚙𝚛𝚘𝚌𝚎𝚜𝚜 𝚒𝚜 𝚗𝚘𝚠 𝚘𝚙𝚎𝚗
https://aitiguwahati.online/ or call us at +91-6001649848 / 094354 00147 to learn more and kickstart your future today!
MORE INFO to VISIT: 