অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান

ASSAM INDUSTRIAL TRAINING INSTITUTE

কেনেকৈ অট’মোবাইল শব্দটোৰ উৎপত্তি হ’ল বা ইয়াৰ ব্যুৎপত্তি কি? অট’মোবাইল দুটা শব্দৰে সৃষ্টি কৰা হৈছে। অট’ আৰু মোবাইল। অট মানে হ’ল ‘‘নিজে আগলৈ চলাই নিয়া’’ আৰু মোবাইল মানে- ‘‘যান’’ আৰু এনেকৈ এই শব্দ দুটাৰ অৰ্থ হয় ‘‘নিজে আগলৈ চলাই নিয়া যান’’, সেয়া হ’ল এনেকুৱা সকলো যান- যিয়ে নিজৰ পাৱাৰৰে গতি লয় বা দৌৰে তাকে অট’মোবাইল বোলে। যান দুটা অংশত ভাগ কৰা হৈছে।
১. চ্যাচিচ্ (Chassis)
২. বোডি (Body)
বর্তমান সময়ত – পাৱাৰ বা পাৱাৰ প্ৰয়োগৰ বিভিন্ন ধৰণৰ বৃহৎ সংখ্যক যান চলে। এনেকুৱা যানবিলাক ষ্টীম্, গেছ, টার্বাইন্ আৰু ইলেক্ট্রিক বেটাৰী পাৱাৰৰ ওপৰত চলে।

10 / 100 SEO Score

Leave a Reply

Your email address will not be published. Required fields are marked *

Contact Our Education Experts Now!

Please fill out the form below and our team will get in touch with you shortly