অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান

ASSAM INDUSTRIAL TRAINING INSTITUTE

◉ অসমত কাৰিকৰী শিক্ষাৰ প্ৰসাৰতা

(অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানে আপোনাক দিব কাৰিকৰী শিক্ষা গ্ৰহণৰ সুযোগ) ‘‘কাৰিকৰী শিক্ষা যিকোনো এগৰাকী ব্যক্তিৰ আৰ্থ-সামাজিক বিকাশৰ মূল ভেটি বুলি ধৰিব পাৰি৷ হাতে কামে ব্যক্তিগৰাকীয়ে স্বনিৰ্ভৰশীল হৈ উপাৰ্জন কৰিব পাৰে সেয়াই হৈছে কাৰিকৰী শিক্ষাৰ মূল লক্ষ্য বা উদ্দেশ্য৷’’ দেশৰ লগতে আমাৰ উত্তৰ-পূৰ্বাঞ্চলত কাৰিকৰী শিক্ষা ব্যৱস্থাই বৰ্তমান বিশেষ স্থান দখল কৰিছে৷ প্ৰতি বছৰে উত্তৰ পূৰ্বাঞ্চলৰ পৰা […]

কাৰিকৰী দক্ষতাৰে ভৱিষ্যত গঢ়োঁ আহক

কাৰিকৰী দক্ষতাৰে ভৱিষ্যত গঢ়োঁ আহক আমাৰ লক্ষ্যঃ অসম ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান (এ.আই.টি.আই) অনুষ্ঠানটিৰ মুখ্য উদ্দেশ্য হ’ল শিক্ষিত, অর্দ্ধ-শিক্ষিত, মেধাৱী সকলো ছাত্ৰ-ছাত্ৰীৰ মনোবল উন্নত কৰি নিজকে স্ব-নিৰ্ভৰশীল কৰি তোলাৰ লগতে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ নিবনুৱা সমস্যা সমাধান কৰি ৰাজ্যখনৰ ঔদ্যোগিক ক্ষেত্রত আগুৱাই নিয়া। Assam Industrial Training Institute #industrialtraininginstitute#guwahati#guwahaticity#assamindustrialtraininginstitute#bamunimoidan#vocationaltraining#educational#educationalinstitutions

Contact Our Education Experts Now!

Please fill out the form below and our team will get in touch with you shortly