কি শিকিব সিদ্ধান্ত আজিয়েই লওঁক

■ কি শিকিব সিদ্ধান্ত আজিয়েই লওঁক ■ বৰ্তমান বিশ্বায়নৰ যুগত অতি দ্ৰুতগতিত ডিজিটেল খণ্ডসমূহ আগুৱাই গৈছে। সেই অনুপাতে আমি প্ৰতিজনে নিজকে এই ক্ষেত্ৰত আগুৱাই নিব লাগিব। যোৱা দুদিন পূৰ্বে ঘোষণা কৰা হল দশম শ্ৰেণীৰ অৰ্থাৎ মেট্ৰিক পৰীক্ষাৰ ফলাফল। এতিয়া উচ্চতৰ মাধ্যমিকত উচ্চ শিক্ষাৰ বাবে নামভৰ্তি প্র-পত্ৰ পূৰণৰ সময় সমাগত। সকলো উত্তীৰ্ণ শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা গ্ৰহণ […]